Dipak gogoi duliajan


দুলীয়াজান কমলাবাৰী এজন যুৱক নাম দীপক গগৈ । যুৱক জনে পাট মুগা সূতাৰে  বিভিন্ন গহনা প্ৰস্তুত কৰিছে লগতে অসমৰ বিভিন্ন ঠাইলৈ গহনা গ্ৰাহকক যোগান ধৰিছে দীপক গগৈৰ এই নতুন প্ৰচেষ্টা নতুন শৈলীক অসম বুক অৱৰেডদেও শলাগ লৈছে

Comments

Post a Comment

Popular Posts